সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
অর্থ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
উদাহরণ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
সমার্থক : চাল-চলন
অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
সমার্থক : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
অর্থ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
উদাহরণ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
সমার্থক : আচৰণ, ব্যৱহাৰ
ইনস্টল