সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দোকানত বহি বস্তু বিক্রী কৰা লোক
উদাহরণ : এই দোকানীজন মোৰ চিনাকি
সমার্থক : দোকানদাৰ
অর্থ : দোকান পৰিচালনা কৰা কাম
উদাহরণ : মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
সমার্থক : দোকানদাৰী
অর্থ : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
উদাহরণ : তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
সমার্থক : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা
ইনস্টল