সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দেশৰ বা দেশ সম্বন্ধীয়
উদাহরণ : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
সমার্থক : দেশী
অর্থ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
উদাহরণ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
সমার্থক : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, মূল, স্থানীয়
অর্থ : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
উদাহরণ : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
সমার্থক : দেশজ, দেশী, স্বদেশী, স্বদেশীয়
ইনস্টল