সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি সিদ্ধান্ত সলনি নহয়
উদাহরণ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
সমার্থক : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
অর্থ : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
উদাহরণ :
সমার্থক : অশিথিল, মজবুত
অর্থ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
উদাহরণ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
সমার্থক : অনমনীয়, অনম্য, কঠোৰ
অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
উদাহরণ : পাহাৰ-পর্বত স্থিৰ
সমার্থক : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ইনস্টল