সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
উদাহরণ :
সমার্থক : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
অর্থ : যিজনে বৰ উৎপাত কৰে
উদাহরণ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
সমার্থক : উৎপতীয়া, খটাসুৰ, বদমাচ
ইনস্টল