সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন
সমার্থক : অহ্ন, দিন, বাসৰ, বাৰ
অর্থ : নিশ্চিত বা উচিত সময়
উদাহরণ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
সমার্থক : দিন
অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
সমার্থক : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ
অর্থ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
উদাহরণ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
সমার্থক : তিথি, বার্ষিকী, ্পর্ব
অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
উদাহরণ : এদিনত আঠটা প্রহৰ থাকে
সমার্থক : তিথি, দিন
অর্থ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
উদাহরণ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ইনস্টল