সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
উদাহরণ : সোমবাৰ সপ্তাহৰ প্রথম দিন
সমার্থক : অহ্ন, দিৱস, বাসৰ, বাৰ
অর্থ : নিশ্চিত বা উচিত সময়
উদাহরণ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
সমার্থক : দিৱস
অর্থ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
উদাহরণ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
সমার্থক : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
অর্থ : ভাল সময়
উদাহরণ : সকলোৰে সুদিন আহে
সমার্থক : সুদিন
অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
উদাহরণ : এদিনত আঠটা প্রহৰ থাকে
সমার্থক : তিথি, দিৱস
অর্থ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
উদাহরণ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
অর্থ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
উদাহরণ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
অর্থ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
উদাহরণ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
সমার্থক : কাল, যুগ
ইনস্টল