অর্থ : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
উদাহরণ :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
সমার্থক : দান-পাত্র
অর্থ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
উদাহরণ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
সমার্থক : দান-পাত্র
অর্থ : দান পোৱা উপযুক্ত ব্যক্তি
উদাহরণ :
দান সদায় দানপাত্রতহে দিয়া উচিত