অর্থ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
উদাহরণ :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
সমার্থক : দান পাত্র
অর্থ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
উদাহরণ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
সমার্থক : দানপাত্র
অর্থ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
উদাহরণ :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
সমার্থক : দান পাত্র