অর্থ : লিখনি আদিত কোনো বাক্যৰ শেষ হʼলে তাৰ অন্তত লগোৱা যতি চিহ্ন
উদাহরণ :
আজি কালি হিন্দী লিখনিত দাড়ি(।)ৰ ঠাইত ফোট (.) ব্যৱহাৰ কৰে
অর্থ : পুৰুষৰ থুতৰিত ওলোৱা চুলি
উদাহরণ :
অধিকাংশ মনীষী ব্যক্তিয়ে দাড়ি ৰাখিছিল