অর্থ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
উদাহরণ :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
সমার্থক : পাহি
অর্থ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
উদাহরণ :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
সমার্থক : পার্টী
অর্থ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি
উদাহরণ :
ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে
সমার্থক : পাৰিষদ্্বর্গ, ্গোট