সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
উদাহরণ : খৰধৰকৈ কৰা কাম ভাল নহয়
সমার্থক : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
অর্থ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
উদাহরণ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
সমার্থক : উথপথপ, খদমদম, গোলমাল
ইনস্টল