অর্থ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
উদাহরণ :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
অর্থ : বার্মু্দাত প্রচলিত মুদ্রা
উদাহরণ :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
সমার্থক : বার্মুদিয়ান ডলাৰ
অর্থ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
উদাহরণ :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
সমার্থক : অষ্ট্রেলিয়ান ডলাৰ
অর্থ : আমেৰিকাত প্রচলিত মুদ্রা
উদাহরণ :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
সমার্থক : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
অর্থ : বাহামাত চলা মুদ্রা
উদাহরণ :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
সমার্থক : বাহামিয়ান ডলাৰ