সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
উদাহরণ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
সমার্থক : খণ্ড, পীচ
অর্থ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
উদাহরণ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
সমার্থক : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
অর্থ : যিকোনো বস্তুৰ গোটা টুকুৰা
উদাহরণ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
সমার্থক : খণ্ড
অর্থ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
উদাহরণ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
অর্থ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
উদাহরণ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
সমার্থক : খণ্ড, ভাগ
ইনস্টল