অর্থ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
উদাহরণ :
ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
সমার্থক : নেট
অর্থ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
উদাহরণ :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
সমার্থক : ফান্দ
অর্থ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ
উদাহরণ :
শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে
অর্থ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
উদাহরণ :
টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
সমার্থক : নেট
অর্থ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
উদাহরণ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
সমার্থক : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি