সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
উদাহরণ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
সমার্থক : জুম
অর্থ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
উদাহরণ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
সমার্থক : পাল, সমুদায়, সমূহ
অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
সমার্থক : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
অর্থ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
উদাহরণ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
সমার্থক : দল
ইনস্টল