সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দেখাত বিশাল আৰু সুন্দৰ
উদাহরণ : তাজমহল এটা জকমকীয়া প্রাসাদ
সমার্থক : বৃহৎ
অর্থ : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
উদাহরণ :
সমার্থক : উজ্জ্বল, চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
অর্থ : যাৰ ৰং অতি তীব্র
উদাহরণ : বহুৱাটোৱে জকমকীয়া কাপোৰ পিন্ধি আছিল
সমার্থক : চকচকীয়া
ইনস্টল