অর্থ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
উদাহরণ :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
অর্থ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
উদাহরণ :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
সমার্থক : চৰা
অর্থ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
উদাহরণ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
সমার্থক : টনা
অর্থ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
উদাহরণ :
ঢোলবাদকে ঢোল চৰাইছে
অর্থ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
উদাহরণ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
সমার্থক : অভিলেপ কৰা, লগোৱা