অর্থ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
উদাহরণ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
সমার্থক : পাত্র
অর্থ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
উদাহরণ :
চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
উদাহরণ :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র