পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চৰচৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চৰচৰোৱা   ক্ৰিয়া

অর্থ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য

উদাহরণ : শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে

সমার্থক : চৰচৰ কৰি ভঙা

অর্থ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য

উদাহরণ : মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে

সমার্থক : চৰ-চৰোৱা

অর্থ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা

উদাহরণ : গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে