সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
উদাহরণ : বেয়া গুণে মানুহৰ পতন ঘটায়
সমার্থক : অধঃপতন, অধঃপাত, অধোগমন, অৱনতি, পতন
অর্থ : বেয়া হোৱাৰ অৱস্থা বা ভাৱ
উদাহরণ : এই গাড়ীখনত কিবা বিচ্যুতি আছে
সমার্থক : খুঁত, ত্রুতি, বিচ্যুতি, ্দোষ
ইনস্টল