অর্থ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
উদাহরণ :
ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
সমার্থক : তদাৰক-তদবিৰ, দেখা-শুনা
অর্থ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
উদাহরণ :
এই কামটোৰ তদাৰক ৰামে কৰিছে
সমার্থক : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ