অর্থ : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ শৰীৰৰ ছালত ধৰি ্ হেঁচি দিয়া
উদাহরণ :
তেওঁ ্ মোক চিকুটি দিছে
সমার্থক : চিকোটা
অর্থ : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ দেহৰ ছালত ধৰি দুখ পোৱাকৈ চেপি দিয়া কার্য
উদাহরণ :
তেওঁ ্ মোক জোৰকৈ চিকুটিলে
সমার্থক : চিকুটা