অর্থ : যি ঠাইত ৰোগীৰ চিকিৎসা কৰা হয় আৰু ঔষধ-পাতি দিয়া হয়:আমাৰ গাঁৱত এখন ডাঙৰ হস্পিতেল সাজি আছে
উদাহরণ :
সমার্থক : আতুৰ নিবাস, আস্পতাল, আৰোগ্যনিকেতন, আৰোগ্যশালা, ক্লিনিক, চিকিৎসালয়, নার্চিংহোম, বৈদ্যশালা, স্বাস্থ্যকেন্দ্র, হস্পিতেল, হেলথ চেণ্টাৰ