সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
উদাহরণ : এইখন বিয়াৰ ৰভা
সমার্থক : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
অর্থ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
উদাহরণ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
সমার্থক : চাল
অর্থ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
উদাহরণ : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
সমার্থক : সৰ
ইনস্টল