সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
সমার্থক : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
অর্থ : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
উদাহরণ : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
অর্থ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
উদাহরণ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
সমার্থক : দʼম, সমষ্টি, সমূহ, ৰাশি
অর্থ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
উদাহরণ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
সমার্থক : বর্গ, শ্রেণী
ইনস্টল