সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
উদাহরণ : পাহাৰ-পর্বত স্থিৰ
সমার্থক : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
অর্থ : যি চলা-ফুৰা কৰিব নোৱাৰে
উদাহরণ : গছবোৰ সজীৱ সত্ত্বেও অচল
সমার্থক : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
অর্থ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
উদাহরণ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
সমার্থক : অগতি, গতিশূন্য, স্থিৰ
অর্থ : ৰৈ থকা
উদাহরণ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
সমার্থক : বন্ধ
ইনস্টল