অর্থ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
উদাহরণ :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
সমার্থক : ৰং-ধেমালি
অর্থ : খেলৰ প্রদর্শন
উদাহরণ :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
সমার্থক : খেল
অর্থ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
উদাহরণ :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
সমার্থক : ক্রীড়া কৰা