সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাকো উপেক্ষিত নকৰা ভাব
উদাহরণ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
সমার্থক : ধ্যান, মনোযোগ
অর্থ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
উদাহরণ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
সমার্থক : স্মৃতি, স্মৰণ
অর্থ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
উদাহরণ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
সমার্থক : খেয়াল, ভাব, ভাবনা, মনোভাব
অর্থ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
উদাহরণ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
সমার্থক : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
অর্থ : মনত উদয় হোৱা কথা
উদাহরণ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
সমার্থক : খেয়াল, বিচাৰ, মত
ইনস্টল