অর্থ : যাক তাপ দি সিজোৱা হোৱা নাই
উদাহরণ :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
অর্থ : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
উদাহরণ :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
অর্থ : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
উদাহরণ :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
সমার্থক : আধাসিজা