অর্থ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল
উদাহরণ :
তেওঁ ্সদায় কমলাৰ ৰস খায়
সমার্থক : কমলা টেঙা
অর্থ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
উদাহরণ :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
সমার্থক : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং
অর্থ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
উদাহরণ :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
সমার্থক : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ