সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
উদাহরণ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
সমার্থক : আকুল, ব্যগ্র, ব্যাকুল
অর্থ : যাৰ মন ব্যাকুল হৈছে বা যি বিমোৰত পৰিছে
উদাহরণ : পৰীক্ষাত উদ্বিগ্ন ছাত্রসকলক শিক্ষকে বুজাই আছিল
সমার্থক : ভাবিত
ইনস্টল