অর্থ : প্রতিষ্ঠিত হোৱাৰ ভাব বা অৱস্থা:তেওঁৰ ্ সমাজত বৰ মান আছে এই নির্বাচনত মই যিকোনো প্রকাৰে জিকিবই লাগিব কিয়নো ইয়াত মোৰ মান-সন্মানৰ প্রশ্ন জড়িত হৈ আছে
উদাহরণ :
সমার্থক : ইজ্জত, কদৰ, মর্যাত, মর্যাদা, মান, মান-মর্যাদা, মান-সন্মান, মান-সম্ভ্রম, সন্মান, সমাদৰ, সম্ভ্রম