সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
উদাহরণ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
সমার্থক : দশা, স্থিতি
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
অর্থ : ৰসায়ন বিজ্ঞানত মানি লোৱা সকলো পদার্থ ্সমাহিত হোৱা সেই তিনিটা অৱস্থা
উদাহরণ : পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়
ইনস্টল