সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
উদাহরণ : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
সমার্থক : নমোৱা
অর্থ : ওপৰৰ পৰা তললৈ অহা কার্য
উদাহরণ : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
সমার্থক : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
অর্থ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
উদাহরণ : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
ইনস্টল