সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ কেতিয়াও নাশ নহয়
উদাহরণ : আত্মা অমৰ
সমার্থক : অক্ষুণ্ণ, অক্ষয়, অবিনাশী, অৱিনশ্বৰ, চিৰঞ্জীৱী, শাশ্বত
অর্থ : যিজনে মৃত্যুক জয় কৰিছে বা যিজন কেতিয়াও মৰা নাই:অমৃত পান কৰিলে জীৱ অমৰ হয় বুলি পৌৰাণিক আখ্যানত আছে
উদাহরণ :
সমার্থক : অছেদ-অভেদ, অজৰ, অজৰ-অমৰ, চিৰকালীন, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, নজহা-নপমা, শ্বাশ্বত
ইনস্টল