সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
উদাহরণ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
সমার্থক : অখাজ, অখাদ্য, অপথ্য, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
অর্থ : যি খোৱাৰ যোগ্য নহয়
উদাহরণ : এইটো অখাদ্য বস্তু
সমার্থক : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
অর্থ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
উদাহরণ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
সমার্থক : খাব নোৱাৰা, খাব নোৱৰা, বেয়া
ইনস্টল