পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপসাৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপসাৰণ   বিশেষ্য

অর্থ : আঁতৰোৱা বা পৃথক কৰা কার্য

উদাহরণ : ইয়াৰ অপসাৰণ জৰুৰী হৈ পৰিছে

অর্থ : কোনো ব্যক্তি বা বাক্যক কোনো ঠাইৰ পৰা আঁ্তৰাই বা উলিয়াই দিয়া কার্য

উদাহরণ : আপুনি ইয়াৰ অপসাৰণ কিয় কৰিছে

অর্থ : আঁতৰোৱা বা দূৰ কৰাৰ প্ৰক্ৰিয়া

উদাহরণ : ৰাস্তাত গোটখাই থকা জাবৰ-জোথৰবোৰ অপসাৰণ কৰা আৱশ্যক

সমার্থক : দূৰ কৰা