অর্থ : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
উদাহরণ :
কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
সমার্থক : অন্তর্নিবিষ্ট, নিহিত, মজ্জাগত
অর্থ : যাক সম্পূর্ণৰূপে সমাহিত বা নিজৰ ্অন্তর্গত কৰি লোৱা হʼল
উদাহরণ :
তেওঁ ঈশ্বৰক অন্তর্নিহিত কৰি লʼলে