অর্থ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
উদাহরণ :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
অর্থ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
উদাহরণ :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
সমার্থক : দাবীদাৰ
অর্থ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
উদাহরণ :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
সমার্থক : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা