অর্থ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
উদাহরণ :
কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
সমার্থক : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল
অর্থ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
উদাহরণ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
সমার্থক : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত