অর্থ : বিদ্যাৰ অভাৱ
উদাহরণ :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
সমার্থক : অজ্ঞানতা, অবিজ্ঞতা, জ্ঞানহীনতা
অর্থ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
উদাহরণ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
সমার্থক : অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা