সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাত বা ভৰিৰ কাষত থকা সকলোতকৈ মোটা আঙুলি
উদাহরণ : একলব্যই দ্রোণাচার্যক দক্ষিণা হিচাপে নিজৰ ্ সোঁহাতৰ বুঢ়া আঙুলি কাটি দিছিল
সমার্থক : অংগুষ্ঠ, বুঢ়া আঙুলি, বৃদ্ধাংগুলি, বৃদ্ধাংগুষ্ঠ
অর্থ : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
উদাহরণ : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
সমার্থক : অঙ্গুল, অঙ্গুলি, আঙুল, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
ইনস্টল