অর্থ : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
উদাহরণ :
হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
সমার্থক : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
অর্থ : জুইৰ আগ
উদাহরণ :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
সমার্থক : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা