অর্থ : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
উদাহরণ :
অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
সমার্থক : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
অর্থ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
উদাহরণ :
এই সংস্থাৰ পাঁচটা অংগ আছে
সমার্থক : শাখা