শিল বৰষুণ (বিশেষ্য)
আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
নটী (বিশেষ্য)
ধন লৈ সম্ভোগ কৰোৱা নাৰী
অনুসৰণ (বিশেষ্য)
দেখা-দেখিকৈ কৰা কাম
নীলকণ্ঠ (বিশেষ্য)
এজন সৃষ্টিনাশক হিন্দু দেৱতা
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
অৱসৰ (বিশেষ্য)
কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে
বেতসলতা (বিশেষ্য)
এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
পাদুকা (বিশেষ্য)
সুৰক্ষাৰ কাৰণে ভৰিত পিন্ধা চামৰা, কাপোৰ আদিৰে তৈয়াৰ কৰা গোটেইকেইটা আঙুলি ঢাকি ৰখা এবিধ সামগ্রী
গহন (বিশেষণ)
অতি সূক্ষ্মকৈ
চুমা-চুমি (বিশেষ্য)
প্রেমিক-প্রেমিকাই ভাৱাবেশত পৰস্পৰক চুমা খোৱা তথা আলিংগন কৰা কার্য