பொருள் : সমুদ্র সম্বন্ধীয় বা সমুদ্রৰ
							எடுத்துக்காட்டு : 
							তিমি একপ্রকাৰ সামুদ্রিক জীৱ
							
ஒத்த சொற்கள் : সামুদ্রিক
பொருள் : যি জাহাজ বা নৌপৰিবহন আদিৰ সৈতে সম্বন্ধিত বা যʼত নৌপৰিবহন, নাৱিক আদি জড়িত হৈ থাকে
							எடுத்துக்காட்டு : 
							সাগৰীয় সন্মিলনৰ সময়ত নাৱিকসকলক নতুন নতুন কথাৰ সৈতে পৰিচিত কৰোৱা হʼল
							
பொருள் : সাগৰৰ পৰা উৎপন্ন
							எடுத்துக்காட்டு : 
							তেওঁ মুকুতা, শংখ আদি সাগৰীয় বস্তুৰ ব্যৱসায় কৰে
							
ஒத்த சொற்கள் : সামুদ্রিক