பொருள் : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
							எடுத்துக்காட்டு : 
							অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
							
ஒத்த சொற்கள் : অভিযুক্ত
பொருள் : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
							எடுத்துக்காட்டு : 
							তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
							
பொருள் : লগোৱা বা জাপি দিয়া
							எடுத்துக்காட்டு : 
							জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে