ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰোৱা   ক্ৰিয়া

ଅର୍ଥ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

ଉଦାହରଣ : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

ସମକକ୍ଷ : বচা

ଅର୍ଥ : কোনো কথাৰ সূত্রপাত ঘটোৱা

ଉଦାହରଣ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

ସମକକ୍ଷ : ৰোপন কৰা

ଅର୍ଥ : ৰোপন কৰাৰ কাম হোৱা

ଉଦାହରଣ : পথাৰত ৰোপন কৰা হৈছে

ସମକକ୍ଷ : ৰোপন কৰা

ଅର୍ଥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ଉଦାହରଣ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ସମକକ୍ଷ : এৰা, থামা, বন্ধ হোৱা, ৰৈ যোৱা

ଅର୍ଥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

ଉଦାହରଣ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

ସମକକ୍ଷ : ৰোপন কৰা

ৰোৱা   বিশেষণ

ଅର୍ଥ : যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)

ଉଦାହରଣ : খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে