ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰোপন কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰোপন কৰা   ক্ৰিয়া

ଅର୍ଥ : উদ্ভিদ আদিৰ ৰোপন কার্য

ଉଦାହରଣ : মালীয়ে টাবত গোলাপৰ কলম লগালে

ସମକକ୍ଷ : লগোৱা

ଅର୍ଥ : কোনো কথাৰ সূত্রপাত ঘটোৱা

ଉଦାହରଣ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

ସମକକ୍ଷ : ৰোৱা

ଅର୍ଥ : ৰোপন কৰাৰ কাম হোৱা

ଉଦାହରଣ : পথাৰত ৰোপন কৰা হৈছে

ସମକକ୍ଷ : ৰোৱা

ଅର୍ଥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

ଉଦାହରଣ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

ସମକକ୍ଷ : ৰোৱা